Severný ľadový oceán: Rozdiel medzi revíziami

Smazaný obsah Přidaný obsah
উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ (ইংৰাজী: Arctic Ocean, আৰ্কটিক অচিন) হৈছে উত্তৰ গোলাৰ্ধৰ সুমেৰু অঞ্চল...
tinkťonk
Riadok 25:
উত্তৰ মহাসাগৰৰ প্ৰায় সমগ্ৰ অংশ ইউৰেছিয়া আৰু উত্তৰ আমেৰিকা মহাদেশ দ্বাৰা পৰিবেষ্টিত। বছৰৰৰ অধিকাংশ সময় এই মহাসাগৰৰ অংশবিশেষ সামুদ্ৰিক বৰফে ঢাকা খাই থাকে।[3] শীতকালত সম্পূৰ্ণ মহাসাগৰখনেই বৰফেৰে ঢাকা খাই যায়। উত্তৰ মহাসাগৰৰ তাপমাত্ৰা আৰু লবণাক্ততা ঋতু অনুযায়ী ভিন্ন ভিন্ন হয়। সমুদ্ৰৰ বৰফৰ আবৰণীৰ গলন আৰু গোটমৰা বাধাৰ কাৰণেই এনে হয়।[4] পাঁচখন প্ৰধান মহাসাৰগৰ তুলনাত এই মহাসাগৰৰ পানীৰ লবণাক্ততা কম। ইয়াৰ কাৰণ, বাষ্পীভবনৰ নিম্ন হাৰ, বিভিন্ন সৰু-ডাঙৰ নদীৰ পৰা অ-লবণযুক্ত চফা পানীৰ প্ৰবাহ আৰু পাৰ্শ্ববৰ্তী উচ্চ লবণাক্ততাযুক্ত মহাসাৰসমূহৰ সৈতে সীমাবদ্ধ সংযোগ আৰু বহিৰ্গমন স্ৰোত। গ্ৰীষ্মকালত প্ৰায় ৫০% বৰফ গলি যায়।[1]
 
北冰洋(Arctic Ocean)位到北半球,係北極團近北極圈範圍裡頭嗰大洋,係五大洋之一。佢拕歐亞大陸同北美洲圍到,一頭同大西洋連得,一頭同太平洋連到。== Dôležité prístavy a mestá ==
== Dôležité prístavy a mestá ==
* [[Nórsko]]: [[Hammerfest]], [[Kirkenes]]
* [[Rusko]]: [[Archangeľsk]], [[Murmansk]], [[Pevek]], [[Tiksi]], [[Dikson]], [[Dudinka]]