Severný ľadový oceán: Rozdiel medzi revíziami

Smazaný obsah Přidaný obsah
d Verzia používateľa 217.12.49.50 (diskusia) bola vrátená, bola obnovená verzia od Pe3kZA
উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ (ইংৰাজী: Arctic Ocean, আৰ্কটিক অচিন) হৈছে উত্তৰ গোলাৰ্ধৰ সুমেৰু অঞ্চল...
Riadok 21:
[[Arktída]] je hlavný zdroj studeného [[vzduch]]u, ktorý sa nevyhnutne pohybuje smerom k [[rovník]]u. V stredných zemepisných šírkach sa stretáva s teplým vzduchom, pričom spôsobuje dažde a sneženie.
 
উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ (ইংৰাজী: Arctic Ocean, আৰ্কটিক অচিন) হৈছে উত্তৰ গোলাৰ্ধৰ সুমেৰু অঞ্চলত অৱস্থিত পৃধিৱীৰ ক্ষুদ্ৰতম তথা আটাইতকৈ কম গভীৰ এক মহাসাগৰ। ই পৃথিৱীৰ পাঁচ প্ৰধান মহাসাগৰৰ অন্যতম।[1] ইন্টাৰনেচনেল হাইড্ৰোগ্ৰাফিক অৰ্গেনাইজেচনে ইয়াক এক মহাসাগৰৰ স্বীকৃতি দিছে যদিও কোনো কোনো সমুদ্ৰবিশাৰদে ইয়াক সুমেৰু ভূমধ্য সাগৰ, (Arctic Mediterranean Sea) বা সুমেৰু সাগৰ (Arctic Sea) নামেৰেহে মাতে। তেওঁলোকৰ অনুসৰি ই হৈছে আটলান্টিক মহাসাগৰৰ এটি ভূমধ্যসাগৰ।[2] অন্য মত অনুসৰি, উত্তৰ মহাসাগৰ মহাসাগৰৰ সমষ্টি বিশ্ব মহাসাগৰৰ আটাইতকৈ উত্তৰ প্ৰান্তত অৱস্থিত অংশ ৰূপে গণ্য কৰিব পাৰি।
== Prírodné bohatstvo ==
 
Náleziská ropy a plynu, [[ryby]], [[cicavce]] (tulene, veľryby, sezónne polárne medvede).
উত্তৰ মহাসাগৰৰ প্ৰায় সমগ্ৰ অংশ ইউৰেছিয়া আৰু উত্তৰ আমেৰিকা মহাদেশ দ্বাৰা পৰিবেষ্টিত। বছৰৰৰ অধিকাংশ সময় এই মহাসাগৰৰ অংশবিশেষ সামুদ্ৰিক বৰফে ঢাকা খাই থাকে।[3] শীতকালত সম্পূৰ্ণ মহাসাগৰখনেই বৰফেৰে ঢাকা খাই যায়। উত্তৰ মহাসাগৰৰ তাপমাত্ৰা আৰু লবণাক্ততা ঋতু অনুযায়ী ভিন্ন ভিন্ন হয়। সমুদ্ৰৰ বৰফৰ আবৰণীৰ গলন আৰু গোটমৰা বাধাৰ কাৰণেই এনে হয়।[4] পাঁচখন প্ৰধান মহাসাৰগৰ তুলনাত এই মহাসাগৰৰ পানীৰ লবণাক্ততা কম। ইয়াৰ কাৰণ, বাষ্পীভবনৰ নিম্ন হাৰ, বিভিন্ন সৰু-ডাঙৰ নদীৰ পৰা অ-লবণযুক্ত চফা পানীৰ প্ৰবাহ আৰু পাৰ্শ্ববৰ্তী উচ্চ লবণাক্ততাযুক্ত মহাসাৰসমূহৰ সৈতে সীমাবদ্ধ সংযোগ আৰু বহিৰ্গমন স্ৰোত। গ্ৰীষ্মকালত প্ৰায় ৫০% বৰফ গলি যায়।[1]
 
== Dôležité prístavy a mestá ==